।। সংস্কৃত ।। পঞ্চম মান ।। প্ৰশ্ন – উত্তৰ ।।
सप्तमः पाठः
उपरि, अधः, वामतः, दक्षिणतः, पुरतः, पृष्ठतः
अभ्यासाः
१. एतेषां प्रश्नानाम् उत्तरं लिखतु –
এই প্ৰশ্নবোৰৰ উত্তৰ লিখাঃ –
१. घटीका कुत्र अस्ति?
ঘড়ীটো ক’ত আছে?
👉 घटीका उत्पीठिकायाः उपरि अस्ति।
ঘড়ীটো টেবুলৰ ওপৰত আছে।
२. बिडालः कुत्र अस्ति?
মেকুৰীটো ক’ত আছে?
👉 बिडालः आसन्दस्य अधः अस्ति।
মেকুৰীটো চকীৰ তলত আছে।
३. वातायनं कुत्र अस्ति?
খিৰিকীখন ক’ত আছে?
👉 वातायनं कपाटिकायाः दक्षिणतः अस्ति।
খিৰিকীখন আলমাৰীটোৰ সোঁফালে আছে।
४. छात्रः कुत्र अस्ति?
ছাত্ৰজন ক’ত আছে?
👉 छात्रः श्यामफलकस्य पुरतः अस्ति।
ছাত্ৰজন ব্লেকবৰ্ডৰ সন্মুখত আছে।
५. कारयानं कुत्र अस्ति?
গাড়ীখন ক’ত আছে?
👉 कारयानं बालकस्य वामतः अस्ति।
গাড়ীখন ল’ৰাজনৰ বাঁওফালে আছে।
६. बालकः कुत्र अस्ति?
ল’ৰাজন ক’ত আছে?
👉 बालकः लोकयानस्य पृष्ठतः अस्ति।
ল’ৰাজন বাছখনৰ পিছফালে আছে।
२. विपरीतार्थकं पदं लिखतु: –
বিপৰীতাৰ্থক শব্দ লিখাঃ –
उत्तरः –
उपरिः — अधः
पुरतः — पृष्ठतः
वामतः — दक्षिणतः
३. रिक्तस्थानानि योग्येन पदेन पूरयतु :
(उत्तर विद्यार्थी स्वतः कल्पयतु, नीचे उदाहरणस्वरूप दत्तम्)
খালী ঠাইবোৰ উপযুক্ত শব্দৰে পূৰণ কৰা।
(ছাত্ৰ-ছাত্ৰীয়ে নিজে উত্তৰ দিব, তলত উদাহৰণ দিয়া হৈছে।)
उत्तर –
१. विद्यालयस्य पुरतः उद्यानं अस्ति।
👉 বিদ্যালয়ৰ সন্মুখত এখন উদ্যান আছে।
२. विद्यालयस्य पृष्ठतः क्रीडाङ्गणम् अस्ति।
👉 বিদ্যালয়ৰ পিছফালে এখন বাগিছা আছে।
३. विद्यालयस्य वामतः पुस्तकालयः अस्ति।
👉 বিদ্যালয়ৰ বাঁওফালে এটা পুথিভঁৰাল আছে।
४. विद्यालयस्य दक्षिणतः प्रवेशद्वारम् अस्ति।
👉 বিদ্যালয়ৰ সোঁফালে এখন প্ৰৱেশদ্বাৰ আছে।
४. एवमेव भवतः गृहस्य पुरतः, पृष्ठतः, वामतः, दक्षिणतः च किं, किम् अस्ति इति लिखतु :
একেদৰে তোমাৰ ঘৰৰ সন্মুখত, পিছফালে, বাঁওফালে আৰু সোঁফালে কি কি আছে লিখা।
उत्तर –
मम गृहे पुरतः उद्यानं अस्ति।
👉 মোৰ ঘৰৰ সন্মুখত এখন বাগিচা আছে।
मम गृहे पृष्ठतः वृक्षाः सन्ति।
👉 মোৰ ঘৰৰ পিছফালে গছ-গছনি আছে।
मम गृहे वामतः गोष्ठीगृहं अस्ति।
👉 মোৰৰ ঘৰৰ বাঁওফালে এটা গোঁসাইঘৰ/অতিথিঘৰ/সভাঘৰ আছে।
मम गृहे दक्षिणतः रसोईगृहः अस्ति।
মোৰ ঘৰৰ সোঁফালে এটা ৰান্ধনিঘৰ আছে।
********************
