Class 5 Gonit Chapter 1( সংখ্যাৰ চিনাকি)

10 50 100 500 1000

সংখ্যা দুই প্ৰকাৰৰ: বদ্ধ সংখ্যা আৰু শুদ্ধ সংখ্যা
সংখ্যাই কোনো এটা বিশেষ বস্তু বুজালে তাক বদ্ধ সংখ্যা (Concrete number) বোলে। যেনে চাৰিটা কল, পাঁচটা আপেল ইত্যাদি।
যেতিয়া সংখ্যাৰ দ্বাৰা কোনো বিশেষ বস্তুৰ সংখ্যা বুজোৱা নহয় তেতিয়া তাক শুদ্ধ সংখ্যা (Abstract number) বোলে। যেনে- দুই, পাঁচ ইত্যাদি।

অংক (Digit):
সংখ্যাবোধক চিনক অংক বোলে। আদিতে হাতৰ আঙুলিৰে সংখ্যা গণনা কৰা হৈছিল বাবে সংখ্যাবোধক চিনবোৰক অংক বোলে। সংখ্যাবোধক চিনবোৰ হ'ল 1, 2, 3, 4, 5, 6, 7, 8, 9 আৰু 0.

I

V X

L

C

D M

I, X, C, M এই চিনবোৰ দুবাৰ বা তিনিবাৰ একেলগে লিখিলে সিহঁতে বুজোৱা সংখ্যাৰে দুগুণ বা তিনিগুণ সংখ্যা প্রকাশ কৰা হয়। এটা চিন একেলগে তিনিবাৰতকৈ বেছি লিখা নাযায়।
সংখ্যা চিহ্নবোৰৰ ওপৰত মাত্ৰা দিলে মান 1000 গুণ বৃদ্ধি পায়। অর্থাৎ V = 5000, X = 10,000 ইত্যাদি। এই পদ্ধতিত ‘০’ৰ ব্যৱহাৰ নাই। প্রথমে ভাৰতত হিন্দুৱে ৰ আৱিষ্কাৰ কৰে।

  1. 2, 0 , 4 ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা কি?
    2, 0 ,4 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা 204 আৰু আটাইতকৈ ডাঙৰ সংখ্যা 420
    1 ৰে আৰম্ভ আৰু 5 ৰে শেষ হোৱা 6 টা অংকযুক্ত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখা।
    1 ৰে আৰম্ভ আৰু 5 ৰে শেষ হোৱা 6 টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো 100005 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো 199995
    2, 3 আৰু 4 ৰে গঠন কৰিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যাবোৰ লিখি উৰ্দ্ধক্ৰমত সজোৱা।
    234243324342423432
    5, 8, 7 আৰু 4 ৰে গঠন কৰিব পৰা চাৰিটা অংক বিশিষ্ট সংখ্যাবোৰ লিখি অধঃক্ৰমত সজোৱা।
    875487458574854784758457
    785478457584754874857458
    587458475784574854875478
    487548574785475845874578
    ৰোমন পদ্ধতিত লিখা
    50 = L
    45 = XLV
    92 = XCII
    593 = DXCIII
    45013 =XLVXIII
    1857= MDCCCLVII
    1979= MCMLXXIX
    4000=(IV)
    5000 = V
    হিন্দু পদ্ধতিত লিখা
    XC = 90
    XL = 40
    LX = 60
    CCC = 300
    MCM = 1900
    XXVIII = 28
    CCXXXIII = 233
    DCCXLVI = 746
    MCMXCIX = 1999
    XLVI = 46
    XIV = 14
    LXXX = 80

Leave a Comment

Your email address will not be published. Required fields are marked *