Lesson – 1
He Is Wise
Exercise
1. Answer the following question: –
(a) Who had planned the world so beautifully?
পৃথিৱীখন কোনে ইমান ধুনীয়াকৈ পৰিকল্পনা কৰিছিল?
Ans: – God had planned the world so beautifully.
ঈশ্বৰে পৃথিৱীখন ইমান ধুনীয়াকৈ পৰিকল্পনা কৰিছিল।
(b) Why is the world so lively?
পৃথিৱীখন কিয় ইমান জীৱন্ত?
Ans: – The world is lively because it’s filled with so many wonderful things like nature, animals, and people.
পৃথিৱীখন জীৱন্ত কাৰণ ইয়াত প্ৰকৃতি, জীৱ-জন্তু, মানুহৰ দৰে বহুতো মনোমোহা বস্তুৰে ভৰি আছে।
(c) Who created seas, rivers, and lakes?
সাগৰ, নদী, হ্ৰদবোৰ কোনে সৃষ্টি কৰিছিল?
Ans: – God had created seas, rivers, and lakes.
ঈশ্বৰে সাগৰ, নদী আৰু হ্ৰদবোৰ সৃষ্টি কৰিছিল।
(d) Who made the forest, flowers and fruits?
বন, ফুল আৰু ফলবোৰ কোনে বনাইছিল?
Ans: -God made the forest, flowers and fruits.
বন, ফুল আৰু ফলবোৰ ভগৱানে বনাইছিল
(e) Why is the earth a beautiful place to live in?
পৃথিৱীখন কিয় বাস কৰিবলৈ এখন সুন্দৰ ঠাই?
Ans: – We find all the things we need to survive in this world. So, the earth is a beautiful place to live.
আমি জীয়াই থাকিবলৈ প্ৰয়োজনীয় সকলো বস্তু এই পৃথিৱীত বিচাৰি পাওঁ। সেয়ে, পৃথিৱীখন বাস কৰিবলৈ এক সুন্দৰ ঠাই।
(f) Why do we thank God?
আমি কিয় ঈশ্বৰক ধন্যবাদ দিওঁ?
Ans: – We thank God because he planned the world so nicely.
আমি ঈশ্বৰক ধন্যবাদ দিওঁ কাৰণ তেওঁ পৃথিৱীখন ইমান সুন্দৰভাৱে পৰিকল্পনা কৰিছিল।
2. Fill up the gaps. (with words God, sun, air, ours)
(i) The planets are moving around the _____.
Ans: – The planets are moving around the sun.
(ii) We breath _____.
Ans: – We breath air.
(iii) All we see are the creations of ______.
Ans: – All we see are the creations of God.
(iv) The earth is _____.
Ans: – The earth is ours.
3. Give the opposite word of (বিপৰীত শব্দ দিয়া)
Wise_____ never ______
Ugly _____ dull _______
Wise, never, ugly, dull শব্দ কেইটাৰ বিপৰীত শব্দ লিখা।
Ans: -Wise (জ্ঞানী) – foolish (মূৰ্খ), never (কেতিয়াও) – ever (কেতিয়াবা)
Ugly (কুৎসিত) – beautiful (সুন্দৰ)
dull (অনুজ্জ্বল) – clear, bright (উজ্জ্বল)
4. Answer
(a) ‘I must thank him’. Who is he?
‘মই তেওঁক ধন্যবাদ জনাব লাগিব’। তেওঁ কোন?
Ans: – He is God.
তেওঁ ভগৱান।
(b) ‘He is so wise’. Who is wise?
‘তেওঁ খুব জ্ঞানী’। কোন জ্ঞানী?
Ans: – God is wise.
ভগৱান জ্ঞানী।
(c) ‘He planned a sun’. Who planned a sun?
‘তেওঁ এটা সূৰ্য্যৰ পৰিকল্পনা কৰিছিল’। কোনে সূৰ্য্যৰ পৰিকল্পনা কৰিছিল?
Ans: – God planned a sun.
ভগৱানে সূৰ্য্যৰ পৰিকল্পনা কৰিছিল।