।। সংস্কৃত ।। পঞ্চম মান ।। প্ৰশ্ন – উত্তৰ ।।
अष्टमः पाठः
वस्तु-प्रदर्शिनी
अभ्यासाः
१. प्रदर्शिनी किमर्थम् आयोजितवन्तः?
প্রদর্শনী কিয় আয়োজন কৰা হৈছে?
उत्तरम् – वस्तूनां प्रचारं कर्तुं प्रदर्शिनी आयोजितवन्तः।
👉 বস্তুবোৰৰ প্ৰচাৰ কৰিবলৈ প্ৰদৰ্শনী আয়োজন কৰা হৈছে।
२. वस्तूनाम् उत्पादकाः किमर्थम् आगच्छन्ति?
বস্তুৰ উৎপাদকসকল কিয় আহে?
उत्तरम् – वस्तूनाम् उत्पादकाः वस्तूनि विक्रेतुं, प्रदर्शयितुं च आगच्छन्ति।
👉 বস্তুৰ উৎপাদকসকলে বস্তুবোৰ বিক্ৰী কৰিবলৈ আৰু প্ৰদৰ্শন কৰিবলৈ আহে।
३. जनाः किमर्थम् आगच्छन्ति?
মানুবোৰ কিয় আহে?
उत्तरम् – जनाः केचन वस्तुनि क्रेतुं, केचन तानि द्रष्टुम् आगच्छन्ति।
👉 মানুহে কিছুমানে বস্তু কিনিবলৈ, কিছুমানে চাবলৈ আহে।
४. क्रीडासाधनानि किमर्थं सन्ति?
খেলনা-সামগ্ৰীবোৰ কিয় আছে?
उत्तरम् – क्रीडासाधनानि जनानाम् आकर्षणं कर्तुं सन्ति।
👉 খেলনা-সামগ্ৰীবোৰ মানুহক আকৰ্ষণ কৰিবলৈ আছে।
५. फलरसशकटानि किमर्थं सन्ति ?
ফল ৰসৰ গাড়ীবোৰ কিয় আছে?
उत्तरम् – फलरसशकटानि द्रष्टुम् आगतानां जनानां पातुम् इच्छायै सन्ति।
👉 ফল ৰসৰ গাড়ীবোৰ চাবলৈ অহা মানুহে পান কৰিবলৈ বিচৰাৰ বাবে আছে।
६. भिक्षुकेभ्यः के यच्छन्ति?
ভিক্ষুকবোৰক কোনে দান কৰে?
उत्तरम् – ये दातुम् इच्छन्ति, ते भिक्षुकेभ्यः यच्छन्ति।
👉 যিসকলে দিবলৈ ইচ্ছা কৰে, সিহঁতে ভিক্ষুকবোৰক দিয়ে।
७. आरक्षकाः किमर्थं सन्ति?
আৰক্ষীসকল কিয় আছে?
उत्तरम् – आरक्षकाः चौरान् ग्रहीतुं, जनान् रक्षितुं च सन्ति।
👉 আৰক্ষীসকলে চোৰ ধৰিবলৈ আৰু মানুহক ৰক্ষা কৰিবলৈ আছে।
२. उदारणानुसारं कोष्ठकस्थितक्रियापदैः वाक्यं लिखतु –
উদাহৰণ অনুসৰি ব্ৰেকেটৰ ভিতৰত থকা ক্ৰিয়া পদবোৰেৰে বাক্য লিখা –
राघवः …… (क्रीडति) क्रीडांगणं गच्छति।
उदा. – राघवः क्रीडितुं क्रीडांगणं गच्छति।
👉 ৰাঘৱে খেলিবলৈ খেলপথাৰলৈ যায়।
१. श्यामः फलानि …… (आनयति) आपणं गतवान् ।
उत्तर – श्यामः फलानि आनेतुम् आपणं गतवान्।
👉 শ্যামে ফল আনিবলৈ দোকানলৈ গৈছিল।
२. रमा …… (लिखति) वर्णलेखनीम् आनीतवती ।
उत्तर – रमा लेखितुम् वर्णलेखनीम् आनीतवती ।
👉 ৰমাই লিখিবলৈ কলম আনিছিল।
३. जनाः नाटकं …… (पश्यति) कलामन्दिरं गच्छन्ति ।
उत्तर – जनाः नाटकं द्रष्टुम् कलामन्दिरं गच्छन्ति ।
👉 মানুহে নাটক চাবলৈ কলামন্দিৰলৈ যায়।
४. सः अस्वस्थः अतः विद्यालयं …… (गच्छति) न शक्नोति ।
उत्तर – सः अस्वस्थः। अतः विद्यालयं गन्तुम् न शक्नोति ।
👉 সি অসুস্থ। সেয়ে বিদ্যালয়লৈ যাব নোৱাৰে।
५. गानं …… (शृणोति) भवान् कुत्र गमिष्यति ?
उत्तर – गानं श्रोतुम् भवान् कुत्र गमिष्यति ?
👉 আপুনি গীত শুনিবলৈ ক’লৈ যাব?
६. दुग्धं …… (पिबति) चषकः आवश्यकः ।
उत्तर – दुग्धं पातुम् चषकः आवश्यकः ।
👉 গাখীৰ খাবলৈ গিলাচৰ প্ৰয়োজন।
३. उदाहरणवाक्यानुसारम् अधः दत्तानां वाक्यानां परिवर्तणं कुरुतः –
উদাহৰণ বাক্য অনুসৰি তলত দিয়া বাক্যসমূহৰ ৰপান্তৰ কৰাঃ –
उदा.
माता देवालयं गत्वा पूजां करोति।
➡️ माता पूजां कृत्वा देवालयं गच्छति।
👉 মায়ে পূজা কৰি মন্দিৰলৈ যায়।
१. गीता सखीगृहं गत्वा पत्रिकाम् आनयति।
➡️ गीता पत्रिकाम् आनयित्वा सखीगृहं गच्छति।
👉 গীতাই আলোচনীখন আনি সখীৰ ঘৰলৈ যায়।
२. चित्रकारः चित्रं लिखित्वा घनं सम्पादयति।
➡️ चित्रकारः धनं सम्पादयित्वा चित्रं लिखति।
👉 চিত্ৰকাৰে ধন সংগ্ৰহ কৰি ছবি আঁকে।
३. बालिका सम्यक् पठित्वा प्रथमश्रेण्या उत्तीर्णा भविष्यति।
➡️ बालिका प्रथमश्रेण्या उत्तीर्णा भवित्वा सम्यक् पठति।
👉 ছোৱালীজনীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ ভালদৰে পঢ়ে।
४. कुमारः ग्रन्थालयं गत्वा ग्रन्थं पठति।
➡️ कुमारः ग्रन्थं पठित्वा ग्रन्थालयं गच्छति।
👉 ল’ৰাজনে কিতাপ পঢ়ি পুথভঁৰাললৈ যায়।
५. सः भोजनं कृत्वा तृप्तः भवति।
➡️ सः तृप्तः भवित्वा भोजनं करोति।
👉 সি তৃপ্ত হৈ ভোজন কৰে।
६. भवान् सम्यक् विचारं कृत्वा कार्यं करोतु।
➡️ भवान् कार्यं कृत्वा सम्यक् विचारं करोतु।
👉 আপুনি কাম কৰি ভালদৰে ভাবে।
७. सुषमा रेलस्थानकं गत्वा सख्याः स्वागतं करोति।
➡️ सुषमा सख्याः स्वागतं कृत्वा रेलस्थानकं गच्छति।
👉 সুষমাই সখীয়েকক স্বাগতম জনাই ৰেলষ্টেচনলৈ যায়।
८. पञ्चतन्त्रकथाः पठित्वा अहम् अनेकाः कथाः जानामि।
➡️ अहम् अनेकाः कथाः ज्ञात्वा पञ्चतन्त्रकथाः पठामि।
👉 মই অনেক কাহিনী জ্ঞান কৰি পঞ্চতন্ত্ৰৰ কাহিনী পঢ়োঁ।
९. भवती हरिद्वारं गत्वा गंगास्नानं करोतु।
➡️ भवती गंगास्नानं कृत्वा हरिद्वारं गच्छतु।
👉 আপুনি গঙ্গাস্নান কৰি হৰিদ্বাৰলৈ যায়।
१०. सः लेखं लिखित्वा प्रकाशनाय प्रेषयति।
➡️ सः प्रकाशनाय प्रेषयित्वा लेखं लिखति।
👉 সি প্ৰকাশনৰ বাবে পঠিয়াই লিখনি লিখে।
**************************
