सप्तमः पाठः
उपरि, अधः, वामतः, दक्षिणतः, पुरतः, पृष्ठतः
एषः आसन्दः।
आसन्दस्य अधः बिडालः अस्ति।
👉 অসমীয়া অনুবাদ:
এইখন চকী।
চকী খনৰ তলত এটা মেকুৰী আছে।
🏀 শব্দাৰ্থঃ –
– एषः = এইখন।
– आसन्दः = চকী।
– आसन्दस्य = চকীখনৰ।
– अधः = তলত ।
– बिडालः = মেকুৰী।
– अस्ति = আছে।
एषा उत्पीठिका ।
उत्पीठिकायाः उपरि घटीका अस्ति ।
👉 অসমীয়া অনুবাদঃ –
এইখন টেবুল।
টেবুলৰ ওপৰত এটা ঘড়ী আছে।
🏀 শব্দাৰ্থঃ –
– एषा = এইখন।
– उत्पीठिका = টেবুল।
– उत्पीठिकायाः = টেবুলখনৰ।
– उपरि = ওপৰত।
– घटीका = ঘড়ী।
– अस्ति = আছে।
एषः बालकः।
बालकस्य वामतः कारयानम् अस्ति।
👉 অসমীয়া অনুবাদঃ –
এইজন ল’ৰা।
ল’ৰাৰ বাঁওফালে এখন গাড়ী আছে।
🏀 শব্দাৰ্থঃ –
– एषः = এইজন।
– बालकः = ল’ৰা।
– बालकस्य = ল’ৰাজনৰ।
– वामतः = বাঁওফালে।
– कारयानम् = গাড়ী।
– अस्ति = আছে।
एषा कपाटिका।
कपाटिकायाः दक्षिणतः वातायनम् अस्ति।
👉 অসমীয়া অনুবাদঃ –
এইখন আলমাৰী।
আলমাৰীৰ সোঁফালে এখন খিৰিকী আছে।
🏀 শব্দাৰ্থঃ –
– एषा = এইখন।
– कपाटिका = আলমাৰী।
– कपाटिकायाः = আলমাৰীটোৰ।
– दक्षिणतः = সোঁফালে/দক্ষিণ দিশত।
– वातायनम् = খিৰিকী।
– अस्ति = আছে।
एतत् लोकयानम्।
लोकयानस्य पृष्ठतः बालकः अस्ति।
👉 অসমীয়া অনুবাদঃ –
এইখন বাছ।
বাছখনৰ পিছফালে এজন ল’ৰা আছে।
🏀 শব্দাৰ্থঃ –
– एतत् = এইখন।
– लोकयानम् = বাছ।
– लोकयानस्य = বাছখনৰ।
– पृष्ठतः = পিছফালে।
– बालकः = ল’ৰা।
– अस्ति = আছে।
एतत् श्यामफलकम्।
श्यामफलकस्य पुरतः छात्रः अस्ति।
👉 অসমীয়া অনুবাদঃ –
এইখন ক’লা ফলক (ব্লেকবৰ্ড)।
ক’লা ফলকখনৰ সন্মুখত এজন ছাত্ৰ আছে।
🏀 শব্দাৰ্থঃ –
– एतत् = এইখন। (নপুংসক লিংগ)
– श्यामफलकम् = ক’লা ফলক/ব্লেকবৰ্ড।
– श्यामफलकस्य = ক’লা ফলকখনৰ।
– पुरतः = সন্মুখত/আগফালে।
– छात्रः = ছাত্ৰ।
– अस्ति = আছে।
