।। সংস্কৃত ।। পঞ্চম মান ।। অসমীয়া অৰ্থ ।।
अहो! विस्मरणशीलता
षष्टः पाठः
भरतः – प्रसाद ! गृहे कोऽपि नास्ति किम् ?
👉 ভৰত: – প্ৰসাদ! ঘৰত কোনো নাইনে?
प्रसादः – अहम् एकः एव अस्मि । पिता मित्रेण सह वाचनालयं गतवान् । माता सीतया सह मन्दिरं गतवती । भगिनी रेखया सह आपणं गतवती ।
👉 প্ৰসাদ: – মই অকলে আছো। দেউতা বন্ধুৰ সৈতে পুথিভঁৰাললৈ গৈছে। মা সীতাৰ সৈতে মন্দিৰলৈ গৈছে। ভনী ৰেখাৰ সৈতে বজাৰলৈ গৈছে।
भरतः -गणपतिः कुत्र ?
👉 ভৰত: – গণপতি ক’ত?
प्रसादः – सः अनिलेन सह इदानीमेव गतवान् ।
👉 প্ৰসাদ: – সি (গণপতি) অনিলৰ সৈতে এতিয়াই গ’ল।
भरतः – तस्य पादरक्षा तु अत्रैव अस्ति खलु ।
👉 ভৰত: – তাৰ (গণপতিৰ) পাদুকা কিন্তু ইয়াতেই আছে নহয়নে?
प्रसादः – विस्मरणकारणतः सः पादरक्षया विना एव गतवान् ।
👉 প্ৰসাদ: – সি (গণপতি) পাহৰাৰ বাবে ছেণ্ডেল নিপিন্ধিয়েই গ’ল।
भरतः – मादृशः एव सः । अम्बा ‘वस्तूनि आनयतु’ इति उक्तवती। किन्तु अहं स्यूतेन विना आगतवान् ।
👉 ভৰত: – সিও মোৰ দৰেই! মাই ক’লে, “বস্তুবোৰ আনিবি,” কিন্তু মযই বেগটো নোলোৱাকৈ আহিলোঁ।
प्रसादः – धनेन विना तु न आगतवान् खलु ?
👉 প্ৰসাদ: পইচা নোলোৱা কৈ আহিলা নেকি?
भरतः -धनम् …. ! तिष्ठतु, पश्यामि। अहो ! धनेन विना न आगतवान्। ‘भवान् अपि मया सह विपणीम् चलतु।’
👉 ভৰতঃ – টকা….! ৰ’বা চাওঁ। অ’হ! টকা অবিহনে অহা নাই। তুমি এতিয়া মোৰ সৈতে বজাৰলৈ ব’লা।
प्रसादः – अहं सिद्धः अस्मि । चलतु ।
👉 প্ৰসাদঃ – মই সাজু হৈছোঁ। যাওঁ আহা।
भरतः – अरे! युतकेन विना एव आगच्छसि किम्? युतकं धारयतु।
👉 ভৰতঃ – অ’! তুমি জোতা অবিহনে বা নিপিন্ধাকৈ আহিছা নেকি? জোতা পিন্ধা।
प्रसादः – अहमपि भवादृशः एव । सर्वे विस्मरणशीलाः ।
👉 প্ৰসাদঃ – ময়োও তোমাৰ দৰে পাহৰো। সকলোৱে পাহৰো।
************************
