Class 5 Gonit Chapter 1( সংখ্যাৰ চিনাকি)

10 50 100 500 1000 সংখ্যা দুই প্ৰকাৰৰ: বদ্ধ সংখ্যা আৰু শুদ্ধ সংখ্যাসংখ্যাই কোনো এটা বিশেষ বস্তু বুজালে তাক বদ্ধ সংখ্যা (Concrete number) বোলে। যেনে চাৰিটা কল, পাঁচটা আপেল ইত্যাদি।যেতিয়া সংখ্যাৰ দ্বাৰা কোনো বিশেষ বস্তুৰ সংখ্যা বুজোৱা নহয় তেতিয়া তাক শুদ্ধ সংখ্যা (Abstract number) বোলে। যেনে- দুই, পাঁচ ইত্যাদি।অংক (Digit):সংখ্যাবোধক চিনক অংক বোলে। আদিতে হাতৰ […]

Class 5 Gonit Chapter 1( সংখ্যাৰ চিনাকি) Read More »